লতা কোমোৰালতা-পতা

লতা বেল (Assamese) [ Roman: lo.ta bel]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-06-08
1. (Common Noun-Common) a plant cultivated commercially for its fruit. It is native to South America and widely grown in India, New Zealand, the Caribbean, Brazil, southern Florida, Hawaii, Australia, East Africa, Israel and South Africa. The passion fruit is round to oval, yellow or dark purple at maturity, with a soft to firm, juicy interior filled with numerous seeds. The fruit can be grown to eat or for its juice, which is often added to other fruit juices to enhance aroma. Source: wikipedia বাণিজ্যিক ভাৱে খেতি কৰা এবিধ ফল৷ আদিতে এই ফল আমেৰিকা যুক্তৰাষ্ট্ৰৰ যদিও বৰ্তমান ভাৰত, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, ব্ৰাজিল, দক্ষিণ ফ্ল’ৰিডা, হাৱাই, অষ্ট্ৰেলিয়া, পূৱ আফ্ৰিকা, ইজৰাইল আৰু দক্ষিণ আফ্ৰিকাত বহুল ভাৱে খেতি কৰা হয় ৷ বহুতো গুটি যুক্ত, কোমল বা কঠিন ৰসাল ভিতৰ ভাগৰ, ই এবিধ গোলাকৃতিৰ, পকিলে হালধীয়া বা ডাঠ বেগুণীয়া ৰঙৰ ফল ৷ ইয়াক চোবাই খাবলৈ বা ৰস আহৰণ কৰি আন ফলৰ ৰসৰ লগত মিহলাই সুগন্ধি কৰিবলৈ খেতি কৰা হয় ৷

Contributed by: Atul Ch. Kakoti on 2009-11-07
2. Vegetables(Common Noun-Neuter) a kind of vine that produce gourd like fruits(somthing smaller than a gourd)of the genus Passiflora. People used as a vagitable. লতাজাতীয় এবিধ উদ্ভিদত উৎপন্ন হোৱা কোমোৰাৰ দৰে এবিধ ফল৷ ই কোমোৰাতকৈ কিছু সৰু আৰু ইয়াক আঞ্জা কৰি বা ভাজি খায়৷